Mur Bukur Ful
🎵 3090 characters
⏱️ 4:41 duration
🆔 ID: 8327324
📜 Lyrics
শুন মোৰ কথা শুন
মোৰ বুকুৰে বহুকথা ক'বলৈ আছে তোক ঐ
সঁচা প্ৰেমৰ শিখৰে কবিতা
শুন সঁচা জোন
তই আগতে বুকুতে ৰুবহি লাগিছিল প্ৰেম ঐ
হিয়াৰে কোলাতে
ৰাখিছিলোঁ এজনীকে মই
দিয়া প্ৰণয় উচুপি মোক কন্দুৱালে
পাৰিবিনে মচিবলৈ চকুৰে টোপালবোৰ দুখৰ?
কাৰণ তোক মোৰ ভাল লাগে
আকৌ হিয়াত জোনাক হ'বলে' দে (হ'বলে' দে)
অমানিশা বুকুতে পোহৰৰ চালি দে
পাৰিবিনে বিমনা সুৰ গানকে সুৰ এটি দিব?
কাৰণ তোক মোৰ ভাল লাগে
মোৰ বুকুৰ ফুল সৰি পৰে
ৰিঙা ৰিঙা ৰিঙা আৱেগেৰে
বুজানে? বুজানে? বুজানে?
তোমাৰ মৰমে বান্ধি ৰাখে
সেউজীয়া যেন পথাৰ মোৰ মন
ভাবোঁ তোমাৰ কথা প্ৰতি প্ৰতিক্ষণ
ৰাখিম তোমাকেই গোটেই জীৱন
সুখী মই, আজি উতনুৱা মন
(সুখী মই, আজি উতনুৱা মন)
(সুখী মই, আজি উতনুৱা মন)
শুকান ইৰিণত বেদনাৰ খোজতে ভাগৰি পৰিলোঁ
এতিয়া মোক দে তই মৰমৰ সঁতা
প্ৰীতিৰে আকাশত সুখৰে পখী হৈ উৰিব দে মোক
পদুমৰ কাষৰে শিপা বিনা সি হৈ
বেলা-পৰ স্নেহতে মোৰ
আহি তই সাজিবি গহনাৰ হিমালয়
থাকিম তোৰ প্ৰতিটো উশাহ হৈ
আকৌ হিয়াত জোনাক হ'বলে' দে (হ'বলে' দে)
অমানিশা বুকুতে পোহৰৰ চালি দে
পাৰিবিনে বিমনা সুৰ গানকে সুৰ এটি দিব?
কাৰণ তোক মোৰ ভাল লাগে
মোৰ বুকুৰ ফুল সৰি পৰে
ৰিঙা ৰিঙা ৰিঙা আৱেগেৰে
বুজানে? বুজানে? বুজানে?
তোমাৰ মৰমে বান্ধি ৰাখে
সেউজীয়া যেন পথাৰ মোৰ মন
ভাবোঁ তোমাৰ কথা প্ৰতি প্ৰতিক্ষণ
ৰাখিম তোমাকেই গোটেই জীৱন
সুখী মই, আজি উতনুৱা মন
(সুখী মই, আজি উতনুৱা মন)
সুখী মই, আজি উতনুৱা মন
মোৰ বুকুৰে বহুকথা ক'বলৈ আছে তোক ঐ
সঁচা প্ৰেমৰ শিখৰে কবিতা
শুন সঁচা জোন
তই আগতে বুকুতে ৰুবহি লাগিছিল প্ৰেম ঐ
হিয়াৰে কোলাতে
ৰাখিছিলোঁ এজনীকে মই
দিয়া প্ৰণয় উচুপি মোক কন্দুৱালে
পাৰিবিনে মচিবলৈ চকুৰে টোপালবোৰ দুখৰ?
কাৰণ তোক মোৰ ভাল লাগে
আকৌ হিয়াত জোনাক হ'বলে' দে (হ'বলে' দে)
অমানিশা বুকুতে পোহৰৰ চালি দে
পাৰিবিনে বিমনা সুৰ গানকে সুৰ এটি দিব?
কাৰণ তোক মোৰ ভাল লাগে
মোৰ বুকুৰ ফুল সৰি পৰে
ৰিঙা ৰিঙা ৰিঙা আৱেগেৰে
বুজানে? বুজানে? বুজানে?
তোমাৰ মৰমে বান্ধি ৰাখে
সেউজীয়া যেন পথাৰ মোৰ মন
ভাবোঁ তোমাৰ কথা প্ৰতি প্ৰতিক্ষণ
ৰাখিম তোমাকেই গোটেই জীৱন
সুখী মই, আজি উতনুৱা মন
(সুখী মই, আজি উতনুৱা মন)
(সুখী মই, আজি উতনুৱা মন)
শুকান ইৰিণত বেদনাৰ খোজতে ভাগৰি পৰিলোঁ
এতিয়া মোক দে তই মৰমৰ সঁতা
প্ৰীতিৰে আকাশত সুখৰে পখী হৈ উৰিব দে মোক
পদুমৰ কাষৰে শিপা বিনা সি হৈ
বেলা-পৰ স্নেহতে মোৰ
আহি তই সাজিবি গহনাৰ হিমালয়
থাকিম তোৰ প্ৰতিটো উশাহ হৈ
আকৌ হিয়াত জোনাক হ'বলে' দে (হ'বলে' দে)
অমানিশা বুকুতে পোহৰৰ চালি দে
পাৰিবিনে বিমনা সুৰ গানকে সুৰ এটি দিব?
কাৰণ তোক মোৰ ভাল লাগে
মোৰ বুকুৰ ফুল সৰি পৰে
ৰিঙা ৰিঙা ৰিঙা আৱেগেৰে
বুজানে? বুজানে? বুজানে?
তোমাৰ মৰমে বান্ধি ৰাখে
সেউজীয়া যেন পথাৰ মোৰ মন
ভাবোঁ তোমাৰ কথা প্ৰতি প্ৰতিক্ষণ
ৰাখিম তোমাকেই গোটেই জীৱন
সুখী মই, আজি উতনুৱা মন
(সুখী মই, আজি উতনুৱা মন)
সুখী মই, আজি উতনুৱা মন
⏱️ Synced Lyrics
[00:17.15] শুন মোৰ কথা শুন
[00:19.81] মোৰ বুকুৰে বহুকথা ক'বলৈ আছে তোক ঐ
[00:26.21] সঁচা প্ৰেমৰ শিখৰে কবিতা
[00:29.81] শুন সঁচা জোন
[00:32.22] তই আগতে বুকুতে ৰুবহি লাগিছিল প্ৰেম ঐ
[00:42.44] হিয়াৰে কোলাতে
[00:46.89] ৰাখিছিলোঁ এজনীকে মই
[00:49.79] দিয়া প্ৰণয় উচুপি মোক কন্দুৱালে
[00:55.67] পাৰিবিনে মচিবলৈ চকুৰে টোপালবোৰ দুখৰ?
[01:02.16] কাৰণ তোক মোৰ ভাল লাগে
[01:07.21] আকৌ হিয়াত জোনাক হ'বলে' দে (হ'বলে' দে)
[01:13.54] অমানিশা বুকুতে পোহৰৰ চালি দে
[01:20.75] পাৰিবিনে বিমনা সুৰ গানকে সুৰ এটি দিব?
[01:27.17] কাৰণ তোক মোৰ ভাল লাগে
[01:31.99] মোৰ বুকুৰ ফুল সৰি পৰে
[01:35.39] ৰিঙা ৰিঙা ৰিঙা আৱেগেৰে
[01:38.30] বুজানে? বুজানে? বুজানে?
[01:41.40] তোমাৰ মৰমে বান্ধি ৰাখে
[01:44.76] সেউজীয়া যেন পথাৰ মোৰ মন
[01:47.55] ভাবোঁ তোমাৰ কথা প্ৰতি প্ৰতিক্ষণ
[01:50.90] ৰাখিম তোমাকেই গোটেই জীৱন
[01:53.80] সুখী মই, আজি উতনুৱা মন
[01:56.83]
[02:05.23] (সুখী মই, আজি উতনুৱা মন)
[02:08.95]
[02:19.01] (সুখী মই, আজি উতনুৱা মন)
[02:21.97] শুকান ইৰিণত বেদনাৰ খোজতে ভাগৰি পৰিলোঁ
[02:28.89] এতিয়া মোক দে তই মৰমৰ সঁতা
[02:34.67] প্ৰীতিৰে আকাশত সুখৰে পখী হৈ উৰিব দে মোক
[02:46.59] পদুমৰ কাষৰে শিপা বিনা সি হৈ
[02:52.95] বেলা-পৰ স্নেহতে মোৰ
[02:59.20] আহি তই সাজিবি গহনাৰ হিমালয়
[03:05.31] থাকিম তোৰ প্ৰতিটো উশাহ হৈ
[03:11.69] আকৌ হিয়াত জোনাক হ'বলে' দে (হ'বলে' দে)
[03:18.12] অমানিশা বুকুতে পোহৰৰ চালি দে
[03:25.32] পাৰিবিনে বিমনা সুৰ গানকে সুৰ এটি দিব?
[03:31.70] কাৰণ তোক মোৰ ভাল লাগে
[03:36.83] মোৰ বুকুৰ ফুল সৰি পৰে
[03:39.86] ৰিঙা ৰিঙা ৰিঙা আৱেগেৰে
[03:42.91] বুজানে? বুজানে? বুজানে?
[03:46.03] তোমাৰ মৰমে বান্ধি ৰাখে
[03:49.43] সেউজীয়া যেন পথাৰ মোৰ মন
[03:52.26] ভাবোঁ তোমাৰ কথা প্ৰতি প্ৰতিক্ষণ
[03:55.42] ৰাখিম তোমাকেই গোটেই জীৱন
[03:58.47] সুখী মই, আজি উতনুৱা মন
[04:01.49]
[04:09.71] (সুখী মই, আজি উতনুৱা মন)
[04:14.36]
[04:23.60] সুখী মই, আজি উতনুৱা মন
[04:26.75]
[00:19.81] মোৰ বুকুৰে বহুকথা ক'বলৈ আছে তোক ঐ
[00:26.21] সঁচা প্ৰেমৰ শিখৰে কবিতা
[00:29.81] শুন সঁচা জোন
[00:32.22] তই আগতে বুকুতে ৰুবহি লাগিছিল প্ৰেম ঐ
[00:42.44] হিয়াৰে কোলাতে
[00:46.89] ৰাখিছিলোঁ এজনীকে মই
[00:49.79] দিয়া প্ৰণয় উচুপি মোক কন্দুৱালে
[00:55.67] পাৰিবিনে মচিবলৈ চকুৰে টোপালবোৰ দুখৰ?
[01:02.16] কাৰণ তোক মোৰ ভাল লাগে
[01:07.21] আকৌ হিয়াত জোনাক হ'বলে' দে (হ'বলে' দে)
[01:13.54] অমানিশা বুকুতে পোহৰৰ চালি দে
[01:20.75] পাৰিবিনে বিমনা সুৰ গানকে সুৰ এটি দিব?
[01:27.17] কাৰণ তোক মোৰ ভাল লাগে
[01:31.99] মোৰ বুকুৰ ফুল সৰি পৰে
[01:35.39] ৰিঙা ৰিঙা ৰিঙা আৱেগেৰে
[01:38.30] বুজানে? বুজানে? বুজানে?
[01:41.40] তোমাৰ মৰমে বান্ধি ৰাখে
[01:44.76] সেউজীয়া যেন পথাৰ মোৰ মন
[01:47.55] ভাবোঁ তোমাৰ কথা প্ৰতি প্ৰতিক্ষণ
[01:50.90] ৰাখিম তোমাকেই গোটেই জীৱন
[01:53.80] সুখী মই, আজি উতনুৱা মন
[01:56.83]
[02:05.23] (সুখী মই, আজি উতনুৱা মন)
[02:08.95]
[02:19.01] (সুখী মই, আজি উতনুৱা মন)
[02:21.97] শুকান ইৰিণত বেদনাৰ খোজতে ভাগৰি পৰিলোঁ
[02:28.89] এতিয়া মোক দে তই মৰমৰ সঁতা
[02:34.67] প্ৰীতিৰে আকাশত সুখৰে পখী হৈ উৰিব দে মোক
[02:46.59] পদুমৰ কাষৰে শিপা বিনা সি হৈ
[02:52.95] বেলা-পৰ স্নেহতে মোৰ
[02:59.20] আহি তই সাজিবি গহনাৰ হিমালয়
[03:05.31] থাকিম তোৰ প্ৰতিটো উশাহ হৈ
[03:11.69] আকৌ হিয়াত জোনাক হ'বলে' দে (হ'বলে' দে)
[03:18.12] অমানিশা বুকুতে পোহৰৰ চালি দে
[03:25.32] পাৰিবিনে বিমনা সুৰ গানকে সুৰ এটি দিব?
[03:31.70] কাৰণ তোক মোৰ ভাল লাগে
[03:36.83] মোৰ বুকুৰ ফুল সৰি পৰে
[03:39.86] ৰিঙা ৰিঙা ৰিঙা আৱেগেৰে
[03:42.91] বুজানে? বুজানে? বুজানে?
[03:46.03] তোমাৰ মৰমে বান্ধি ৰাখে
[03:49.43] সেউজীয়া যেন পথাৰ মোৰ মন
[03:52.26] ভাবোঁ তোমাৰ কথা প্ৰতি প্ৰতিক্ষণ
[03:55.42] ৰাখিম তোমাকেই গোটেই জীৱন
[03:58.47] সুখী মই, আজি উতনুৱা মন
[04:01.49]
[04:09.71] (সুখী মই, আজি উতনুৱা মন)
[04:14.36]
[04:23.60] সুখী মই, আজি উতনুৱা মন
[04:26.75]