Tumar Ukhahot
🎵 1584 characters
⏱️ 4:10 duration
🆔 ID: 8767474
📜 Lyrics
মনতে আজি মোৰ কিহৰে শিহৰণ জাগে?
এমুঠি সপোনে ক'তে উৰা মাৰে?
তুমিও বহিলাহি মোৰেই কাষতে
কিনো কওঁ আজি মই তোমাক নোকোৱাকে'!
অ', উমলি উভতি আহে
কৌকিৰী উফৰি উঠে
অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা?
তোমাৰ সপোনতে যে মই বিলীন হওঁ
তুমি বুজা নে নুবুজা?
একোলা-দুকোলাকৈ বাঢ়ি অহা মৰম
চেনেহী অ', তুমি মোৰে সাঁথৰ
অ', ৰাতি-ৰাতি মোৰে গাৰু শিতানৰ
কোমলকৈ আঙুলিৰ উমাল পৰশ
অ', উমলি উভতি আহে
কৌকিৰী উফৰি উঠে
অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা?
তোমাৰ সপোনতে যে মই বিলীন হওঁ
তুমি বুজা নে নুবুজা?
এমুঠি সপোনে ক'তে উৰা মাৰে?
তুমিও বহিলাহি মোৰেই কাষতে
কিনো কওঁ আজি মই তোমাক নোকোৱাকে'!
অ', উমলি উভতি আহে
কৌকিৰী উফৰি উঠে
অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা?
তোমাৰ সপোনতে যে মই বিলীন হওঁ
তুমি বুজা নে নুবুজা?
একোলা-দুকোলাকৈ বাঢ়ি অহা মৰম
চেনেহী অ', তুমি মোৰে সাঁথৰ
অ', ৰাতি-ৰাতি মোৰে গাৰু শিতানৰ
কোমলকৈ আঙুলিৰ উমাল পৰশ
অ', উমলি উভতি আহে
কৌকিৰী উফৰি উঠে
অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা?
তোমাৰ সপোনতে যে মই বিলীন হওঁ
তুমি বুজা নে নুবুজা?
⏱️ Synced Lyrics
[00:48.46] মনতে আজি মোৰ কিহৰে শিহৰণ জাগে?
[00:54.63] এমুঠি সপোনে ক'তে উৰা মাৰে?
[01:00.54] তুমিও বহিলাহি মোৰেই কাষতে
[01:06.64] কিনো কওঁ আজি মই তোমাক নোকোৱাকে'!
[01:11.72] অ', উমলি উভতি আহে
[01:18.28] কৌকিৰী উফৰি উঠে
[01:23.58] অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
[01:29.70] অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
[01:36.24] তোমাৰ উশাহতে যে মই বিলীন হওঁ
[01:41.50] তুমি জানা নে নাজানা?
[01:47.87] তোমাৰ সপোনতে যে মই বিলীন হওঁ
[01:53.66] তুমি বুজা নে নুবুজা?
[02:00.24]
[02:02.80]
[02:27.18] একোলা-দুকোলাকৈ বাঢ়ি অহা মৰম
[02:33.07] চেনেহী অ', তুমি মোৰে সাঁথৰ
[02:38.33] অ', ৰাতি-ৰাতি মোৰে গাৰু শিতানৰ
[02:45.00] কোমলকৈ আঙুলিৰ উমাল পৰশ
[02:50.63] অ', উমলি উভতি আহে
[02:57.30] কৌকিৰী উফৰি উঠে
[03:02.62] অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
[03:08.73] অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
[03:15.24] তোমাৰ উশাহতে যে মই বিলীন হওঁ
[03:20.54] তুমি জানা নে নাজানা?
[03:26.71] তোমাৰ সপোনতে যে মই বিলীন হওঁ
[03:32.56] তুমি বুজা নে নুবুজা?
[03:38.74]
[00:54.63] এমুঠি সপোনে ক'তে উৰা মাৰে?
[01:00.54] তুমিও বহিলাহি মোৰেই কাষতে
[01:06.64] কিনো কওঁ আজি মই তোমাক নোকোৱাকে'!
[01:11.72] অ', উমলি উভতি আহে
[01:18.28] কৌকিৰী উফৰি উঠে
[01:23.58] অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
[01:29.70] অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
[01:36.24] তোমাৰ উশাহতে যে মই বিলীন হওঁ
[01:41.50] তুমি জানা নে নাজানা?
[01:47.87] তোমাৰ সপোনতে যে মই বিলীন হওঁ
[01:53.66] তুমি বুজা নে নুবুজা?
[02:00.24]
[02:02.80]
[02:27.18] একোলা-দুকোলাকৈ বাঢ়ি অহা মৰম
[02:33.07] চেনেহী অ', তুমি মোৰে সাঁথৰ
[02:38.33] অ', ৰাতি-ৰাতি মোৰে গাৰু শিতানৰ
[02:45.00] কোমলকৈ আঙুলিৰ উমাল পৰশ
[02:50.63] অ', উমলি উভতি আহে
[02:57.30] কৌকিৰী উফৰি উঠে
[03:02.62] অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
[03:08.73] অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
[03:15.24] তোমাৰ উশাহতে যে মই বিলীন হওঁ
[03:20.54] তুমি জানা নে নাজানা?
[03:26.71] তোমাৰ সপোনতে যে মই বিলীন হওঁ
[03:32.56] তুমি বুজা নে নুবুজা?
[03:38.74]