Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Mon Nai

👤 SimranJeet X feat. Priyanuj Sharma & Mrinarv Saviour 🎼 Mon Nai - Single ⏱️ 3:41
🎵 3872 characters
⏱️ 3:41 duration
🆔 ID: 8770804

📜 Lyrics

ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)

ক'বলে' আছে মোৰ বহুকথা
কথাটো ক'লোঁ মই মনৰ পৰা
ক'বলে' বিচাৰিও ক'বলে' নেপালোঁ
কিমানবোৰ আছিল মোৰ মনৰ কথা

ক'বলে' তোমাক মই বিচাৰি যাওঁ
সকলো জাগাতে বিচাৰি যাওঁ
তথাপি নিজকে সকলো জাগাতে
অকলে কিয়নো বিচাৰি পাওঁ?

দা-ৰা-ৰা-ৰা-ৰা দা-দা
দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা

আজিও তোমাৰ বাবে আছোঁ যে মই বাট চাই
তোমাৰ অবিহনে মোৰ থাকিবলে' মন নাই
পূৰণি কথাবোৰ সকলোৱে গম পায়
আছে বহুকথা আজি ক'বলে' মোৰ মন যায়

ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)

ক'বলে' আছে মোৰ বহুকথা
কথাটো ক'লোঁ মই মনৰ পৰা
ক'বলে' বিচাৰিও ক'বলে' নেপালোঁ
কিমানবোৰ আছিল মোৰ মনৰ কথা

ক'বলে' তোমাক মই বিচাৰি যাওঁ
সকলো জাগাতে বিচাৰি যাওঁ
তথাপি নিজকে সকলো জাগাতে
অকলে কিয়নো বিচাৰি পাওঁ?

দা-ৰা-ৰা-ৰা-ৰা দা-দা
দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা

আজিও আছোঁ ৰৈ
কথাবোৰ ক'বলৈ
সাৱটি ল'বলৈ তোমাক
আজিও আছোঁ ৰৈ
কথাবোৰ ক'বলৈ
সাৱটি ল'বলৈ তোমাক

আজিও তোমাৰ বাবে আছোঁ যে মই বাট চাই
তোমাৰ অবিহনে মোৰ থাকিবলে' মন নাই
পূৰণি কথাবোৰ সকলোৱে গম পায়
আছে বহুকথা আজি ক'বলে' মোৰ মন যায়

ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)

দা-ৰা-ৰা-ৰা-ৰা দা-দা
দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা

⏱️ Synced Lyrics

[00:33.28] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[00:37.37] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[00:41.46] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[00:45.37] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[00:49.26] ক'বলে' আছে মোৰ বহুকথা
[00:51.42] কথাটো ক'লোঁ মই মনৰ পৰা
[00:53.21] ক'বলে' বিচাৰিও ক'বলে' নেপালোঁ
[00:55.45] কিমানবোৰ আছিল মোৰ মনৰ কথা
[00:57.34] ক'বলে' তোমাক মই বিচাৰি যাওঁ
[00:59.38] সকলো জাগাতে বিচাৰি যাওঁ
[01:01.25] তথাপি নিজকে সকলো জাগাতে
[01:03.39] অকলে কিয়নো বিচাৰি পাওঁ?
[01:05.32] দা-ৰা-ৰা-ৰা-ৰা দা-দা
[01:09.28] দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
[01:13.33] দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
[01:17.38] দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
[01:21.36] আজিও তোমাৰ বাবে আছোঁ যে মই বাট চাই
[01:25.23] তোমাৰ অবিহনে মোৰ থাকিবলে' মন নাই
[01:29.37] পূৰণি কথাবোৰ সকলোৱে গম পায়
[01:33.37] আছে বহুকথা আজি ক'বলে' মোৰ মন যায়
[01:37.25] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[01:41.36] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[01:45.36] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[01:49.35] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[01:53.36] ক'বলে' আছে মোৰ বহুকথা
[01:55.42] কথাটো ক'লোঁ মই মনৰ পৰা
[01:57.39] ক'বলে' বিচাৰিও ক'বলে' নেপালোঁ
[01:59.33] কিমানবোৰ আছিল মোৰ মনৰ কথা
[02:01.25] ক'বলে' তোমাক মই বিচাৰি যাওঁ
[02:03.34] সকলো জাগাতে বিচাৰি যাওঁ
[02:05.38] তথাপি নিজকে সকলো জাগাতে
[02:07.43] অকলে কিয়নো বিচাৰি পাওঁ?
[02:09.52] দা-ৰা-ৰা-ৰা-ৰা দা-দা
[02:13.34] দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
[02:17.30] দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
[02:21.38] দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
[02:25.28] আজিও আছোঁ ৰৈ
[02:27.43] কথাবোৰ ক'বলৈ
[02:29.44] সাৱটি ল'বলৈ তোমাক
[02:33.32] আজিও আছোঁ ৰৈ
[02:35.31] কথাবোৰ ক'বলৈ
[02:37.49] সাৱটি ল'বলৈ তোমাক
[02:41.21] আজিও তোমাৰ বাবে আছোঁ যে মই বাট চাই
[02:45.33] তোমাৰ অবিহনে মোৰ থাকিবলে' মন নাই
[02:49.37] পূৰণি কথাবোৰ সকলোৱে গম পায়
[02:53.35] আছে বহুকথা আজি ক'বলে' মোৰ মন যায়
[02:57.32] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[03:01.42] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[03:05.28] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[03:09.39] ক'বলে' আছে মোৰ বহুকথা কিন্তু মন নাই (মন নাই)
[03:13.30] দা-ৰা-ৰা-ৰা-ৰা দা-দা
[03:17.23] দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
[03:21.36] দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
[03:25.36] দা-ৰা-ৰা-ৰা-ৰা দা-দা-ৰা
[03:28.99]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings