Padel Maari Maari
🎵 3571 characters
⏱️ 4:37 duration
🆔 ID: 8789360
📜 Lyrics
অ' পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
অ' ভণ্টী চাইকেল চলাই যাম
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ' ভণ্টী তোমাৰে ঘৰ পাম
অ' পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
অ' ভণ্টী চাইকেল চলাই যাম
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ' ভণ্টী তোমাৰে ঘৰ পাম
পদূলিমূৰতে গৈ তোমালৈয়ে বাটে চাম
ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ' ভণ্টী তোমাৰে ঘৰ পাম
দুচকু পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক
অ' ভণ্টী তোমালৈয়ে চাম
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাম
দুচকু পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক
অ' ভণ্টী তোমালৈয়ে চাম
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাম
গোলাপী দুগালতে মৰমৰে চুমা খাম
কলিজাত লিখা আছে এটি মাথোঁ তোমাৰ নাম
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাম
জ্বলিছে উমি উমি উমি উমি উমি উমি
বুকুতে পীৰিতিৰে জুই
তোমাকে চুমি চুমি চুমি চুমি চুমি চুমি
থাকিম যেন কাষৰতে শুই
জ্বলিছে উমি উমি উমি উমি উমি উমি
বুকুতে পীৰিতিৰে জুই
তোমাকে চুমি চুমি চুমি চুমি চুমি চুমি
থাকিম যেন কাষৰতে শুই
মৰমৰ কঠীয়াৰে মনৰ পথাৰ দিবাঁ ৰুই
হাঁহি আৰু ধেমালিৰে চকুলোবোৰ নিবাঁ ধুই

⏱️ Synced Lyrics
[00:26.65] অ' পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
[00:30.94] অ' ভণ্টী চাইকেল চলাই যাম
[00:35.70] পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
[00:40.19] অ' ভণ্টী তোমাৰে ঘৰ পাম
[00:44.85] অ' পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
[00:49.35] অ' ভণ্টী চাইকেল চলাই যাম
[00:53.91] পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
[00:58.43] অ' ভণ্টী তোমাৰে ঘৰ পাম
[01:03.06] পদূলিমূৰতে গৈ তোমালৈয়ে বাটে চাম
[01:07.66] ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম
[01:12.16] পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
[01:16.90] অ' ভণ্টী তোমাৰে ঘৰ পাম
[01:21.68]
[01:39.67] দুচকু পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক
[01:44.11] অ' ভণ্টী তোমালৈয়ে চাম
[01:48.89] কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
[01:53.36] যেতিয়া তোমাক কাষত পাম
[01:57.99] দুচকু পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক
[02:02.68] অ' ভণ্টী তোমালৈয়ে চাম
[02:07.02] কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
[02:11.63] যেতিয়া তোমাক কাষত পাম
[02:16.18] গোলাপী দুগালতে মৰমৰে চুমা খাম
[02:20.97] কলিজাত লিখা আছে এটি মাথোঁ তোমাৰ নাম
[02:25.54] কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
[02:30.07] যেতিয়া তোমাক কাষত পাম
[02:34.42]
[02:52.71] জ্বলিছে উমি উমি উমি উমি উমি উমি
[02:57.36] বুকুতে পীৰিতিৰে জুই
[03:01.99] তোমাকে চুমি চুমি চুমি চুমি চুমি চুমি
[03:06.66] থাকিম যেন কাষৰতে শুই
[03:11.05] জ্বলিছে উমি উমি উমি উমি উমি উমি
[03:15.73] বুকুতে পীৰিতিৰে জুই
[03:20.25] তোমাকে চুমি চুমি চুমি চুমি চুমি চুমি
[03:24.71] থাকিম যেন কাষৰতে শুই
[03:29.48] মৰমৰ কঠীয়াৰে মনৰ পথাৰ দিবাঁ ৰুই
[03:33.85] হাঁহি আৰু ধেমালিৰে চকুলোবোৰ নিবাঁ ধুই
[03:38.40] তোমাকে চুমি চুমি চুমি চুমি চুমি চুমি
[03:43.13] থাকিম যেন কাষৰতে শুই
[03:47.69] অ' পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি
[03:52.21] অ' ভণ্টী চাইকেল চলাই যাম
[03:56.86] পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
[04:01.36] অ' ভণ্টী তোমাৰে ঘৰ পাম
[04:06.06] পদূলিমূৰতে গৈ তোমালৈয়ে বাটে চাম
[04:10.72] ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম
[04:15.16] পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
[04:19.64] অ' ভণ্টী তোমাৰে ঘৰ পাম
[04:24.32] পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
[04:28.75] অ' ভণ্টী তোমাৰে ঘৰ পাম
[04:33.61]