Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

America Japanat

👤 Rinku Priyam, Arup Dutta 🎼 America Japanat ⏱️ 4:37
🎵 4358 characters
⏱️ 4:37 duration
🆔 ID: 8840276

📜 Lyrics

আমেৰিকা জাপানত
ঘূৰি ফুৰো সপোনত
মোৰে দেহিক কাষতে লৈ লৈ
মিচিচীপি নদী হৈ
যাব খোজে তোমালৈ
মৰমৰে বুকুখন বৈ বৈ

আমেৰিকা জাপানত
ঘূৰি ফুৰো সপোনত
মোৰে দেহিক কাষতে লৈ লৈ
মিচিচীপি নদী হৈ
যাব খোজে তোমালৈ
মৰমৰে বুকুখন বৈ বৈ

অ' মোৰে মৰমী মন উচাতন
ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
অ' মোৰে মৰমী মন উচাতন
ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
কিয় বাৰু হ'লো মই তোমাতেই মগন

আমেৰিকা জাপানত
ঘূৰি ফুৰো সপোনত
মোৰে দেহিক কাষতে লৈ লৈ
মিচিচীপি নদী হৈ
যাব খোজে তোমালৈ
মৰমৰে বুকুখন বৈ বৈ

জোন তৰা জিলিকে ৰাতিৰ আকাশত
সোন তুমি আছানে মোৰে কপালত
সপোনৰে পজাঁতো সযতনে ৰাখিচো
ভাঙি যাব গ'লে এৰি থৈ

জোন-তৰা জিলিকে ৰাতিৰ আকাশত
সোন তুমি আছানে মোৰ কপালত
সপোনৰে পজাঁতো সযতনে ৰাখিচো
ভাঙি যাব গ'লে এৰি থৈ

অ মোৰে মৰমী মন উচাতন
ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
অ' মোৰে মৰমী মন উচাতন
ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
কিয় বাৰু হ'লো মই তোমাতে মগন

আমেৰিকা জাপানত
ঘূৰি ফুৰো সপোনত
মোৰে দেহিক কাষতে লৈ লৈ
মিচিচীপি নদী হৈ
যাব খোজে তোমালৈ
মৰমৰে বুকুখন বৈ বৈ

বন জুই জ্বলিছে বনৰে মাজত
কি জুই জ্বলিছে মনৰে মাজত
মন গ'লে চাবলৈ
মন গ'লে চুবলৈ
হোৱা মোৰ চিৰদিনলৈ
হোৱা মোৰ চিৰদিনলৈ

বন জুই জ্বলিছে বনৰে মাজত
কি জুই জ্বলিছে মনৰে মাজত
মন গ'লে চাবলৈ
মন গ'লে চুবলৈ
হোৱা মোৰ চিৰদিনলৈ
হোৱা মোৰ চিৰদিনলৈ

অ' মোৰে মৰমী মন উচাতন
ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
অ' মোৰে মৰমী মন উচাতন
ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
কিয় বাৰু হ'লো মই তোমাতে মগন

আমেৰিকা জাপানত
ঘূৰি ফুৰো সপোনত
মোৰে দেহিক কাষতে লৈ লৈ
মিচিচীপি নদী হৈ
যাব খোজে তোমালৈ
মৰমৰে বুকুখন বৈ বৈ

আমেৰিকা জাপানত
ঘূৰি ফুৰো সপোনত
মোৰে দেহিক কাষতে লৈ লৈ
মিচিচীপি নদী হৈ
যাব খোজে তোমালৈ
মৰমৰে বুকুখন বৈ বৈ

অ' মোৰে মৰমী মন উচাতন
ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
অ' মোৰে মৰমী মন উচাতন
ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
কিয় বাৰু হ'লো মই তোমাতে মগন

আমেৰিকা জাপানত
ঘূৰি ফুৰো সপোনত
মোৰে দেহিক কাষতে লৈ লৈ
মিচিচীপি নদী হৈ যাব খোজে তোমালৈ
মৰমৰে বুকুখন বৈ বৈ...

⏱️ Synced Lyrics

[00:33.08] আমেৰিকা জাপানত
[00:34.26] ঘূৰি ফুৰো সপোনত
[00:35.63] মোৰে দেহিক কাষতে লৈ লৈ
[00:38.63] মিচিচীপি নদী হৈ
[00:39.94] যাব খোজে তোমালৈ
[00:41.47] মৰমৰে বুকুখন বৈ বৈ
[00:44.55] আমেৰিকা জাপানত
[00:45.69] ঘূৰি ফুৰো সপোনত
[00:47.08] মোৰে দেহিক কাষতে লৈ লৈ
[00:49.83] মিচিচীপি নদী হৈ
[00:51.36] যাব খোজে তোমালৈ
[00:52.70] মৰমৰে বুকুখন বৈ বৈ
[00:55.67] অ' মোৰে মৰমী মন উচাতন
[00:58.38] ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
[01:01.01] অ' মোৰে মৰমী মন উচাতন
[01:04.07] ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
[01:06.90] কিয় বাৰু হ'লো মই তোমাতেই মগন
[01:09.95] আমেৰিকা জাপানত
[01:11.35] ঘূৰি ফুৰো সপোনত
[01:12.76] মোৰে দেহিক কাষতে লৈ লৈ
[01:13.78] মিচিচীপি নদী হৈ
[01:15.17] যাব খোজে তোমালৈ
[01:16.64] মৰমৰে বুকুখন বৈ বৈ
[01:42.37] জোন তৰা জিলিকে ৰাতিৰ আকাশত
[01:45.07] সোন তুমি আছানে মোৰে কপালত
[01:47.98] সপোনৰে পজাঁতো সযতনে ৰাখিচো
[01:50.93] ভাঙি যাব গ'লে এৰি থৈ
[01:56.83] জোন-তৰা জিলিকে ৰাতিৰ আকাশত
[01:59.28] সোন তুমি আছানে মোৰ কপালত
[02:02.16] সপোনৰে পজাঁতো সযতনে ৰাখিচো
[02:05.12] ভাঙি যাব গ'লে এৰি থৈ
[02:11.07] অ মোৰে মৰমী মন উচাতন
[02:13.82] ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
[02:16.67] অ' মোৰে মৰমী মন উচাতন
[02:19.50] ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
[02:22.37] কিয় বাৰু হ'লো মই তোমাতে মগন
[02:25.14] আমেৰিকা জাপানত
[02:26.56] ঘূৰি ফুৰো সপোনত
[02:28.06] মোৰে দেহিক কাষতে লৈ লৈ
[02:30.81] মিচিচীপি নদী হৈ
[02:32.39] যাব খোজে তোমালৈ
[02:33.83] মৰমৰে বুকুখন বৈ বৈ
[02:59.52] বন জুই জ্বলিছে বনৰে মাজত
[03:02.27] কি জুই জ্বলিছে মনৰে মাজত
[03:05.12] মন গ'লে চাবলৈ
[03:06.73] মন গ'লে চুবলৈ
[03:08.04] হোৱা মোৰ চিৰদিনলৈ
[03:10.93] হোৱা মোৰ চিৰদিনলৈ
[03:13.79] বন জুই জ্বলিছে বনৰে মাজত
[03:16.59] কি জুই জ্বলিছে মনৰে মাজত
[03:19.39] মন গ'লে চাবলৈ
[03:20.86] মন গ'লে চুবলৈ
[03:22.46] হোৱা মোৰ চিৰদিনলৈ
[03:25.13] হোৱা মোৰ চিৰদিনলৈ
[03:28.04] অ' মোৰে মৰমী মন উচাতন
[03:30.94] ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
[03:33.82] অ' মোৰে মৰমী মন উচাতন
[03:36.67] ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
[03:39.48] কিয় বাৰু হ'লো মই তোমাতে মগন
[03:42.40] আমেৰিকা জাপানত
[03:43.74] ঘূৰি ফুৰো সপোনত
[03:45.10] মোৰে দেহিক কাষতে লৈ লৈ
[03:47.97] মিচিচীপি নদী হৈ
[03:49.56] যাব খোজে তোমালৈ
[03:51.07] মৰমৰে বুকুখন বৈ বৈ
[03:53.87] আমেৰিকা জাপানত
[03:55.23] ঘূৰি ফুৰো সপোনত
[03:56.60] মোৰে দেহিক কাষতে লৈ লৈ
[03:59.33] মিচিচীপি নদী হৈ
[04:00.80] যাব খোজে তোমালৈ
[04:02.32] মৰমৰে বুকুখন বৈ বৈ
[04:05.23] অ' মোৰে মৰমী মন উচাতন
[04:07.94] ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
[04:10.84] অ' মোৰে মৰমী মন উচাতন
[04:13.71] ৰাতি ৰাতি দুচকুৰ ভাঙিচা শয়ন
[04:16.47] কিয় বাৰু হ'লো মই তোমাতে মগন
[04:19.48] আমেৰিকা জাপানত
[04:20.86] ঘূৰি ফুৰো সপোনত
[04:22.29] মোৰে দেহিক কাষতে লৈ লৈ
[04:25.07] মিচিচীপি নদী হৈ যাব খোজে তোমালৈ
[04:27.95] মৰমৰে বুকুখন বৈ বৈ...
[04:31.28]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings