Ene Lage
🎵 1719 characters
⏱️ 4:21 duration
🆔 ID: 9147969
📜 Lyrics
এনে লাগে তোমাক চালে সময় থমকি ৰয়
এনে লাগে তুমি সলনি হ'লে ঋতু সলনি হয়
এনে লাগে তুমি নহ'লে সপোন সপোন হৈ ৰয়
এনে লাগে তোমাক পালে মৰম নৈ হৈ বয়
এনে লাগে তোমাক চালে সময় থমকি ৰয়
কুঁৱলীৰে সনা সেমেকা পুৱা
একাঁজলি ৰ'দ তুমিয়েই জানা!
অ', কুঁৱলীৰে সনা সেমেকা পুৱা
একাঁজলি ৰ'দ তুমিয়েই জানা!
তুমিয়েইতো দূৰ অসীমৰ
নীলা আকাশৰ ৰঙা-বগা থূপ ডাৱৰৰ
এনে লাগে
এনে লাগে
এনে লাগে
আশা কৰা দিনবোৰ তোমাৰ স'তে
বুকু দুৰু-দুৰু তোমাৰ বাবে
তোমাৰেই ভাৱনাত নাজানো দিন-ৰাতি
কেতিয়া পুৱা হয়, কেতিয়া আবেলি!
এনে লাগে
এনে লাগে
এনে লাগে
অ', এনে লাগে
অ', এনে লাগে
এনে লাগে
এনে লাগে, অ'
অ', এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
অ', এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে তুমি সলনি হ'লে ঋতু সলনি হয়
এনে লাগে তুমি নহ'লে সপোন সপোন হৈ ৰয়
এনে লাগে তোমাক পালে মৰম নৈ হৈ বয়
এনে লাগে তোমাক চালে সময় থমকি ৰয়
কুঁৱলীৰে সনা সেমেকা পুৱা
একাঁজলি ৰ'দ তুমিয়েই জানা!
অ', কুঁৱলীৰে সনা সেমেকা পুৱা
একাঁজলি ৰ'দ তুমিয়েই জানা!
তুমিয়েইতো দূৰ অসীমৰ
নীলা আকাশৰ ৰঙা-বগা থূপ ডাৱৰৰ
এনে লাগে
এনে লাগে
এনে লাগে
আশা কৰা দিনবোৰ তোমাৰ স'তে
বুকু দুৰু-দুৰু তোমাৰ বাবে
তোমাৰেই ভাৱনাত নাজানো দিন-ৰাতি
কেতিয়া পুৱা হয়, কেতিয়া আবেলি!
এনে লাগে
এনে লাগে
এনে লাগে
অ', এনে লাগে
অ', এনে লাগে
এনে লাগে
এনে লাগে, অ'
অ', এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
এনে লাগে (এনে লাগে)
অ', এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
এনে লাগে
⏱️ Synced Lyrics
[00:14.16] এনে লাগে তোমাক চালে সময় থমকি ৰয়
[00:25.79] এনে লাগে তুমি সলনি হ'লে ঋতু সলনি হয়
[00:38.03] এনে লাগে তুমি নহ'লে সপোন সপোন হৈ ৰয়
[00:49.78] এনে লাগে তোমাক পালে মৰম নৈ হৈ বয়
[01:02.04] এনে লাগে তোমাক চালে সময় থমকি ৰয়
[01:12.48]
[01:37.79] কুঁৱলীৰে সনা সেমেকা পুৱা
[01:43.85] একাঁজলি ৰ'দ তুমিয়েই জানা!
[01:51.03] অ', কুঁৱলীৰে সনা সেমেকা পুৱা
[01:58.78] একাঁজলি ৰ'দ তুমিয়েই জানা!
[02:04.67] তুমিয়েইতো দূৰ অসীমৰ
[02:10.75] নীলা আকাশৰ ৰঙা-বগা থূপ ডাৱৰৰ
[02:15.76] এনে লাগে
[02:18.77] এনে লাগে
[02:21.76] এনে লাগে
[02:25.22]
[02:49.57] আশা কৰা দিনবোৰ তোমাৰ স'তে
[02:55.62] বুকু দুৰু-দুৰু তোমাৰ বাবে
[03:01.90] তোমাৰেই ভাৱনাত নাজানো দিন-ৰাতি
[03:07.54] কেতিয়া পুৱা হয়, কেতিয়া আবেলি!
[03:16.96] এনে লাগে
[03:19.05] এনে লাগে
[03:21.78] এনে লাগে
[03:24.13] অ', এনে লাগে
[03:27.42] অ', এনে লাগে
[03:31.25] এনে লাগে
[03:34.20] এনে লাগে, অ'
[03:39.38] অ', এনে লাগে (এনে লাগে)
[03:43.38] এনে লাগে (এনে লাগে)
[03:46.33] এনে লাগে (এনে লাগে)
[03:49.43] এনে লাগে (এনে লাগে)
[03:51.43] অ', এনে লাগে
[03:53.92] এনে লাগে
[03:55.29] এনে লাগে
[03:56.81] এনে লাগে
[03:58.54] এনে লাগে
[03:59.87] এনে লাগে
[04:02.15]
[00:25.79] এনে লাগে তুমি সলনি হ'লে ঋতু সলনি হয়
[00:38.03] এনে লাগে তুমি নহ'লে সপোন সপোন হৈ ৰয়
[00:49.78] এনে লাগে তোমাক পালে মৰম নৈ হৈ বয়
[01:02.04] এনে লাগে তোমাক চালে সময় থমকি ৰয়
[01:12.48]
[01:37.79] কুঁৱলীৰে সনা সেমেকা পুৱা
[01:43.85] একাঁজলি ৰ'দ তুমিয়েই জানা!
[01:51.03] অ', কুঁৱলীৰে সনা সেমেকা পুৱা
[01:58.78] একাঁজলি ৰ'দ তুমিয়েই জানা!
[02:04.67] তুমিয়েইতো দূৰ অসীমৰ
[02:10.75] নীলা আকাশৰ ৰঙা-বগা থূপ ডাৱৰৰ
[02:15.76] এনে লাগে
[02:18.77] এনে লাগে
[02:21.76] এনে লাগে
[02:25.22]
[02:49.57] আশা কৰা দিনবোৰ তোমাৰ স'তে
[02:55.62] বুকু দুৰু-দুৰু তোমাৰ বাবে
[03:01.90] তোমাৰেই ভাৱনাত নাজানো দিন-ৰাতি
[03:07.54] কেতিয়া পুৱা হয়, কেতিয়া আবেলি!
[03:16.96] এনে লাগে
[03:19.05] এনে লাগে
[03:21.78] এনে লাগে
[03:24.13] অ', এনে লাগে
[03:27.42] অ', এনে লাগে
[03:31.25] এনে লাগে
[03:34.20] এনে লাগে, অ'
[03:39.38] অ', এনে লাগে (এনে লাগে)
[03:43.38] এনে লাগে (এনে লাগে)
[03:46.33] এনে লাগে (এনে লাগে)
[03:49.43] এনে লাগে (এনে লাগে)
[03:51.43] অ', এনে লাগে
[03:53.92] এনে লাগে
[03:55.29] এনে লাগে
[03:56.81] এনে লাগে
[03:58.54] এনে লাগে
[03:59.87] এনে লাগে
[04:02.15]