Sui Diyana
🎵 1846 characters
⏱️ 4:07 duration
🆔 ID: 9607848
📜 Lyrics
ছুই দিয়াঁনা মোক আহি এবাৰ
আপোন-আপোন লাগিব
চাই ৰোৱাঁনা মোক কাষৰে পৰা
কলিজা শীতল পৰিব
গধূলিকে' তোমাৰেনো কবিতাবোৰ
ভূপালী ৰাগ হৈ সৰিব
ছুই দিয়াঁনা মোক আহি এবাৰ
আপোন-আপোন লাগিব
চাই ৰোৱাঁনা মোক কাষৰে পৰা
কলিজা শীতল পৰিব
বাৰে-বাৰেনো লাগি ধৰিছে
ওঁঠতে তোমাৰে-তোমাৰে নাম
ৰ'দে হাঁহিছে, ৰ'দালি নামিছে
মৰমতে তাতে কিয় ইমান!
জোৰকে' বৈ আহে পূবালী বতাহ
লৈ যাব মোক
তোমাৰে কাষলে' মোৰেনো সাধনা
ছুই দিয়াঁনা মোক আহি এবাৰ
আপোন-আপোন লাগিব
জাগি জাগিনো ৰৈয়ে থাকিমে
তুমি নহ'লে নহয় যেন পুৱা
বাছি বাছিনো সপোনো দেখোঁ মই
মায়াৰে কাৰেং তুমি সজোৱা
জোৰকে' বৈ আহে পূবালী বতাহ!
লৈ যাব মোক
তোমাৰে কাষলে' মোৰেনো সাধনা
ছুই দিয়াঁনা মোক আহি এবাৰ
আপোন-আপোন লাগিব
চাই ৰোৱাঁনা মোক কাষৰে পৰা
কলিজা শীতল পৰিব
গধূলিকে' তোমাৰেনো কবিতাবোৰ
ভূপালী ৰাগ হৈ সৰিব
আপোন-আপোন লাগিব
চাই ৰোৱাঁনা মোক কাষৰে পৰা
কলিজা শীতল পৰিব
গধূলিকে' তোমাৰেনো কবিতাবোৰ
ভূপালী ৰাগ হৈ সৰিব
ছুই দিয়াঁনা মোক আহি এবাৰ
আপোন-আপোন লাগিব
চাই ৰোৱাঁনা মোক কাষৰে পৰা
কলিজা শীতল পৰিব
বাৰে-বাৰেনো লাগি ধৰিছে
ওঁঠতে তোমাৰে-তোমাৰে নাম
ৰ'দে হাঁহিছে, ৰ'দালি নামিছে
মৰমতে তাতে কিয় ইমান!
জোৰকে' বৈ আহে পূবালী বতাহ
লৈ যাব মোক
তোমাৰে কাষলে' মোৰেনো সাধনা
ছুই দিয়াঁনা মোক আহি এবাৰ
আপোন-আপোন লাগিব
জাগি জাগিনো ৰৈয়ে থাকিমে
তুমি নহ'লে নহয় যেন পুৱা
বাছি বাছিনো সপোনো দেখোঁ মই
মায়াৰে কাৰেং তুমি সজোৱা
জোৰকে' বৈ আহে পূবালী বতাহ!
লৈ যাব মোক
তোমাৰে কাষলে' মোৰেনো সাধনা
ছুই দিয়াঁনা মোক আহি এবাৰ
আপোন-আপোন লাগিব
চাই ৰোৱাঁনা মোক কাষৰে পৰা
কলিজা শীতল পৰিব
গধূলিকে' তোমাৰেনো কবিতাবোৰ
ভূপালী ৰাগ হৈ সৰিব
⏱️ Synced Lyrics
[00:07.05] ছুই দিয়াঁনা মোক আহি এবাৰ
[00:29.08] আপোন-আপোন লাগিব
[00:34.02] চাই ৰোৱাঁনা মোক কাষৰে পৰা
[00:39.02] কলিজা শীতল পৰিব
[00:44.03] গধূলিকে' তোমাৰেনো কবিতাবোৰ
[00:50.08] ভূপালী ৰাগ হৈ সৰিব
[00:54.03] ছুই দিয়াঁনা মোক আহি এবাৰ
[00:59.00] আপোন-আপোন লাগিব
[01:04.02] চাই ৰোৱাঁনা মোক কাষৰে পৰা
[01:10.03] কলিজা শীতল পৰিব
[01:36.08] বাৰে-বাৰেনো লাগি ধৰিছে
[01:42.07] ওঁঠতে তোমাৰে-তোমাৰে নাম
[01:46.05] ৰ'দে হাঁহিছে, ৰ'দালি নামিছে
[01:51.09] মৰমতে তাতে কিয় ইমান!
[01:56.03] জোৰকে' বৈ আহে পূবালী বতাহ
[02:01.07] লৈ যাব মোক
[02:04.06] তোমাৰে কাষলে' মোৰেনো সাধনা
[02:09.05] ছুই দিয়াঁনা মোক আহি এবাৰ
[02:14.03] আপোন-আপোন লাগিব
[02:41.05] জাগি জাগিনো ৰৈয়ে থাকিমে
[02:45.04] তুমি নহ'লে নহয় যেন পুৱা
[02:51.00] বাছি বাছিনো সপোনো দেখোঁ মই
[02:56.06] মায়াৰে কাৰেং তুমি সজোৱা
[02:59.07] জোৰকে' বৈ আহে পূবালী বতাহ!
[03:05.01] লৈ যাব মোক
[03:09.08] তোমাৰে কাষলে' মোৰেনো সাধনা
[03:13.05] ছুই দিয়াঁনা মোক আহি এবাৰ
[03:18.01] আপোন-আপোন লাগিব
[03:23.03] চাই ৰোৱাঁনা মোক কাষৰে পৰা
[03:28.01] কলিজা শীতল পৰিব
[03:33.07] গধূলিকে' তোমাৰেনো কবিতাবোৰ
[03:38.09] ভূপালী ৰাগ হৈ সৰিব
[03:41.39]
[00:29.08] আপোন-আপোন লাগিব
[00:34.02] চাই ৰোৱাঁনা মোক কাষৰে পৰা
[00:39.02] কলিজা শীতল পৰিব
[00:44.03] গধূলিকে' তোমাৰেনো কবিতাবোৰ
[00:50.08] ভূপালী ৰাগ হৈ সৰিব
[00:54.03] ছুই দিয়াঁনা মোক আহি এবাৰ
[00:59.00] আপোন-আপোন লাগিব
[01:04.02] চাই ৰোৱাঁনা মোক কাষৰে পৰা
[01:10.03] কলিজা শীতল পৰিব
[01:36.08] বাৰে-বাৰেনো লাগি ধৰিছে
[01:42.07] ওঁঠতে তোমাৰে-তোমাৰে নাম
[01:46.05] ৰ'দে হাঁহিছে, ৰ'দালি নামিছে
[01:51.09] মৰমতে তাতে কিয় ইমান!
[01:56.03] জোৰকে' বৈ আহে পূবালী বতাহ
[02:01.07] লৈ যাব মোক
[02:04.06] তোমাৰে কাষলে' মোৰেনো সাধনা
[02:09.05] ছুই দিয়াঁনা মোক আহি এবাৰ
[02:14.03] আপোন-আপোন লাগিব
[02:41.05] জাগি জাগিনো ৰৈয়ে থাকিমে
[02:45.04] তুমি নহ'লে নহয় যেন পুৱা
[02:51.00] বাছি বাছিনো সপোনো দেখোঁ মই
[02:56.06] মায়াৰে কাৰেং তুমি সজোৱা
[02:59.07] জোৰকে' বৈ আহে পূবালী বতাহ!
[03:05.01] লৈ যাব মোক
[03:09.08] তোমাৰে কাষলে' মোৰেনো সাধনা
[03:13.05] ছুই দিয়াঁনা মোক আহি এবাৰ
[03:18.01] আপোন-আপোন লাগিব
[03:23.03] চাই ৰোৱাঁনা মোক কাষৰে পৰা
[03:28.01] কলিজা শীতল পৰিব
[03:33.07] গধূলিকে' তোমাৰেনো কবিতাবোৰ
[03:38.09] ভূপালী ৰাগ হৈ সৰিব
[03:41.39]